Home » photogallery » lifestyle »Radhika Apte on nude video leak: 'নগ্ন দৃশ্য ভাইৰেল হোৱাৰ পিছত ৪ দিন বাহিৰলৈ ওলোৱাই নাছিলো', ক'লে ৰাধিকাই

Radhika Apte on nude video leak: 'নগ্ন দৃশ্য ভাইৰেল হোৱাৰ পিছত ৪ দিন বাহিৰলৈ ওলোৱাই নাছিলো', ক'লে ৰাধিকাই

'মিডিয়াই কি ক'ব তাকলৈ চিন্তিত হোৱা নাছিলো। কিন্তু মোৰ ড্ৰাইভাৰ, কেয়াৰ টেকাৰ, ষ্টাইলিচ সকলোৱেই  সেই ফটোখনৰ লগত মোৰ সাদৃশ্য দেখা পাইছিলো।  এই ঘটনাই মোক বহুত লাজত পেলাইছিল।'