বেংক একাউণ্টত কিমান টকা আছে, সেইলৈ চিন্তাত পৰিছে নেকি? অভাৱৰ সন্মুখীন হৈছে নেকি? চিন্তা নকৰিব। ঘৰৰ তুলসী গছৰ গুৰিত ৰাখক এই সামগ্ৰী। টকা, ৰোজগাৰ সকলো বাঢ়িব। হিন্দু শাস্ত্ৰৰ মতে, শনিবাৰে সন্ধিয়া ঘৰৰ তুলসী গছৰ তলত এটা শালগ্ৰাম পাথৰ ৰাখিব লাগে। শালগ্ৰাম শিলক ভগৱান বিষ্ণৰ ৰূপ বুলি ধৰা হয়। যিখন ঘৰত তুলসীৰ সৈতে শালগ্ৰাম শিল থাকে, সেই ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়। কেৱল দৰিদ্ৰতা দূৰ হোৱাই নহয়, তুলসী গছৰ গুৰিত শালগ্ৰাম শিল ৰাখিলে পাৰিবাৰিক অশান্তি দূৰ হয় বুলি বিশ্বাস কৰা হয়। দাম্পত্য জীৱন সুখকৰ হয়। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰে। সকলোৱে স্বাস্থ্যও ভালে থাকে।