Punjab National Bank: PNBত একাউণ্ট আছে নেকি আপোনাৰ? সহজতে পাব পাৰে ৮ লাখ টকাৰ সুবিধা!
Punjab National Bank, PNB Personal Loan, Upto 8 Lakh rupees Loan facilities for the customers, Reserve Bank of India, RBI, Business: তিয়া বেংকৰ ঋণ লোৱা ইমানেই সহজ যিমান সহজ অনলাইনত খাদ্য অৰ্ডাৰ কৰা। যদি কম সুদত পাৰ্ছনেল লোণ ল’ব বিচাৰে তেন্তে পঞ্জাব নেচনেল বেংকত লোণৰ আবেদন কৰিব পাৰে।
কোনে কোনো এই সুবিধা পাব? কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী (Central Government Employees), ৰাজ্য চৰকাৰৰ কৰ্মচাৰী (Sate Government Employees) বা পাব্লিক ছেক্টৰত যিসকলে কাম কৰে তেওঁলোকে এই সুযোগ পাব।
9/ 9
এক মিনিটতে এই সুবিধা পোৱা যাব। ২৪ ঘণ্টাত এই লোণৰ সুবিধা ল’ব পাৰিব। এই সুবিধা অনুসৰি ৮ লাখ টকা পৰ্যন্ত লোণ পোৱা যাব। লোণৰ কোনো প্ৰছেছিং ফী নাই।