জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা! প্ৰায়ে চৰ্চাত থাকে ছচিয়েল মিডিয়াত। স্বামী নিক’ জনছৰ সৈতে অভিনেত্ৰীগৰাকীয়ে উদযাপন কৰিলে কৰবা চৌথ। সম্পূৰ্ণ হিন্দু-ৰীতিৰে অভিনেত্ৰীগৰাকীয়ে পালন কৰিলে কৰবা চৌথ। স্বামীৰ আয়ুস বৃদ্ধিৰ বাবে পৰম্পৰা অনুসৰি দিনটো উপবাসে থাকি অভিনেত্ৰীগৰাকীয়ে পালন কৰিলে কৰবা চৌথ। জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা প্ৰায়ে ছচিয়েল মি়ডিয়াত চৰ্চাত থাকে। মাজে মাজে বিতৰ্কৰ মাজতো সোমাই পৰে অভিনেত্ৰীগৰাকী। বিভিন্ন সময়ত স্বামী নিক’ জোনাছৰ সৈতে শ্বেয়াৰ কৰে ফটো।