Home » photogallery » lifestyle »PM Narendra Modiৰ উপহাৰ নিলামৰ বাবে মুকলি, দহ কোটি টকালৈ ডাক পৰিছে এইসমূহ সামগ্ৰীৰ

PM Narendra Modiৰ উপহাৰ নিলামৰ বাবে মুকলি, দহ কোটি টকালৈ ডাক পৰিছে এইসমূহ সামগ্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ তম জন্মদিন উপলক্ষে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে মোদীয়ে লাভ কৰা উপহাৰসমূহৰ মাহজোৰা ই-নিলামৰ আয়োজন কৰিছে। স্মাৰকসমূহ মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ হ'ব: https://pmmementos.gov.in/