Home » photogallery » lifestyle »PM Kisan Samman Nidhi Yojana: PM Kisanৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত মোদি চৰকাৰৰ! যাব নালাগে বেংকলৈ, ঘৰতে বহি লাভ কৰিব টকা

PM Kisan Samman Nidhi Yojana: PM Kisanৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত মোদি চৰকাৰৰ! যাব নালাগে বেংকলৈ, ঘৰতে বহি লাভ কৰিব টকা

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা হিতাধিকাৰীসকলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ খবৰ কিয়নো এই আঁচনিৰ অধীনত কৃষকসকলক বিশেষ লাভালাভ প্ৰদান কৰা হ'ব।