Home » photogallery » lifestyle »Good News: কৃষকসকলৰ বাবে এটা ভাল খবৰ ! ৬ হাজাৰ টকাৰ পৰিৱৰ্তে পাব ৩৬ হাজাৰ টকা, সোনকালে কৰক এই কাম...

Good News: কৃষকসকলৰ বাবে এটা ভাল খবৰ ! ৬ হাজাৰ টকাৰ পৰিৱৰ্তে পাব ৩৬ হাজাৰ টকা, সোনকালে কৰক এই কাম...

PM kisan samman nidhi সুবিধা লোৱা সকলৰ বাবে ভাল খবৰ। যদি আপুনি ইতিমধ্যে কিষাণ সন্মান নিধি যোজনা গ্ৰহণ কৰি আছে, আপুনি চৰকাৰৰ পৰা প্ৰতি মাহে ৩ হাজাৰ টকাৰ অধিকাৰপ্ৰাপ্ত। আপুনি ইয়াৰ বাবে কোনো নথিপত্ৰ দিব নালাগে।