দেশজুৰি কৃষকসকলক ব্যৱসায় বাণিজ্য কৰাৰ ক্ষেত্ৰত মোদী চৰকাৰে ১৫ লাখ টকাৰ আর্থিক সাহায্য দিয়াৰ সিদ্ধান্ত লৈছে।
5/ 9
এই সাহায্য পাবলৈ কৃষকসকলে ১১ জন মিলি আৰ্থিক সংস্থা বা কোম্পানী বনাব লাগিব। ইয়াৰ ফলত কৃষকসকলৰ কৃষি সম্বন্ধীয় উপকৰণ, ৰাসায়নিক সাৰ, বীজ আৰু ঔষধ কিনাত অতি সুবিধা হ’ব।