உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »PM Kisan FPO Yojana: কৃষকৰ বাবে বাম্পাৰ খবৰ! কেন্দ্ৰীয় চৰকাৰে দিব ১৫ লাখ! এতিয়াই আবেদন কৰক

    PM Kisan FPO Yojana: কৃষকৰ বাবে বাম্পাৰ খবৰ! কেন্দ্ৰীয় চৰকাৰে দিব ১৫ লাখ! এতিয়াই আবেদন কৰক

    PM Kisan FPO Yojana: কৃষকসকলক আৰ্থিক সুৰক্ষা দিবলৈ কেন্দ্ৰীয় চৰকাৰে পিএম কিষাণ এফপিঅ’ যোজনা আৰম্ভ কৰিছে। এই যোজনাৰ অন্তৰ্গত কৃষক সংগঠনক ১৫ লাখ টকা দিয়া হ’ব।