কিন্তু এই সময়ছোৱাত আন্তৰ্জাতিক বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ দামৰ উত্থান–পতন অব্যাহত আছে। ক্ৰুড অইলৰ দাম ৬৯ৰ পৰা ৮৫ ডলাৰ প্ৰতি বেৰেল দামৰ ভিতৰত চলিছে। পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতিদিনে চৰকাৰী তেল কোম্পানীসমূহে নিৰ্ধাৰণ কৰে। আজি জাৰি কৰা দাম অনুসৰি, দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৫.৪১ টকা আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ৮৬.৬৭ টকা।
দেশৰ বিভিন্ন চহৰত পেট্ৰ’ল আৰু ডিজেলৰ দাম : দিল্লী – পেট্ৰ’ল ৯৫.৪১ টকা, ডিজেল ৮৬.৬৭ টকা., মুম্বাই – পেট্ৰ’ল ১০৯.৯৮ টকা, ডিজেল ৯৪.১৪ টকা, চেন্নাই – পেট্ৰ’ল ১০১.৪০ টকা, ডিজেল ৯১.৪৩ টকা, কলকাতা – পেট্ৰ’ল ১০৪.৬৭ টকা, ডিজেল ৮৯.৭৯ টকা, লক্ষ্ণৌ – পেট্ৰ’ল ৯৫.২৮ টকা, ডিজেল ৮৬.৮০ টকা, গুৱাহাটী – পেট্ৰ’ল ৯৫.২৭ টকা, ডিজেল ৮১.৮১ টকা।