Home » photogallery » lifestyle »Parenting Tips: আপোনাৰ কণমানি সন্তানৰ এই ১০টা লক্ষণ দেখিলে শীঘ্ৰে চিকিৎসকক দেখুৱাওক!

Parenting Tips: আপোনাৰ কণমানি সন্তানৰ এই ১০টা লক্ষণ দেখিলে শীঘ্ৰে চিকিৎসকক দেখুৱাওক!

Parenting Tips : শিশু মানেই আনন্দ। হাঁহি, কান্দোন, দৌৰা–দৌৰি কৰি সমগ্ৰ ঘৰটো ভৰাই ৰাখে। কিন্তু বহু সময়ত শিশুসকল নিশ্চুপ হৈ পৰে। কোনো ক্ষেত্ৰতে মন ভাল নালাগে।