Home » photogallery » lifestyle »Darjeeling: লাটপাঞ্চাৰ, চৰাইৰ স্বৰ্গ ! আপোনাৰ অৱসৰৰ সময়ত বিভিন্ন প্ৰকাৰৰ চৰাই চাবলৈ যাব পাৰে ডাৰ্জিলিঙৰ এই ঠাইখনলৈ ...

Darjeeling: লাটপাঞ্চাৰ, চৰাইৰ স্বৰ্গ ! আপোনাৰ অৱসৰৰ সময়ত বিভিন্ন প্ৰকাৰৰ চৰাই চাবলৈ যাব পাৰে ডাৰ্জিলিঙৰ এই ঠাইখনলৈ ...

লাটপাঞ্চাৰ শব্দটোৰ অৰ্থ হৈছে 'বেতৰ অৰণ্য'। এই বেতৰ অৰণ্যৰ ৰজা হৈছে ধনেশ বা হৰ্ণবিল। লাটপাঞ্চাৰৰ আনাচে-কানাচেত প্ৰায় ৩৬ প্ৰকাৰৰ প্ৰাণী আৰু ২৪০ প্ৰজাতিৰ চৰাই আছে। 

শেহতীয়া বাতৰি