আপুনি বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ বিচাৰে নেকি? তেন্তে আপোনাৰ হাতত মাত্ৰ ৭ দিন আছে। কাৰণ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাত নাম অন্তৰ্ভুক্ত কৰাৰ শেষ দিন ৩০ ছেপ্তেম্বৰ। এতিয়াই জানি লওক কিদৰে লাভ পাৰিব এই সুবিধা?
2/ 5
যোজনা অনুসৰি. গেছ কানেকশ্যকৰৰ বাবে বিপিএল পৰিয়ালৰ কোনো মহিলা সদস্যই আবেদন কৰিব লাগিব। ইয়াৰ বাবে কে ৱাই চি ফৰ্ম ফিলআপ কৰি নিকটৱৰ্তী এল পি জি চেণ্টাৰত জমা দিব লাগিব।