Home » photogallery » lifestyle »Tokyo অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৱে অৱশেষত ঘৰলৈ উভতি অহাৰ পিছত মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে খাবলৈ পালে Pizza...

Tokyo অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৱে অৱশেষত ঘৰলৈ উভতি অহাৰ পিছত মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে খাবলৈ পালে Pizza...

Tokyo Olympics 2020: ৪৯ কিলোগ্ৰাম শাখাত ঐতিহাসিক বিজয়ৰ ঠিক পিছতে, ২৬ বছৰীয়া মীৰাবাই চানুৱে কৈছিল যে তেওঁ পিজ্জা খাব বিচাৰিছিল কাৰণ তেওঁ কেইবা মাহ ধৰি অলিম্পিকৰ বাবে কঠোৰ আহাৰ গ্ৰহণ কৰি আছিল।