Home » photogallery » lifestyle »Pornography Case: ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ ১৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট ! লিপিবদ্ধ হৈছে ৪৩ গৰাকী সাক্ষীৰ বিবৃতি, ইয়াৰ ভিতৰত আছে পত্নী শিল্পা চেট্টীও...

Pornography Case: ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ ১৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট ! লিপিবদ্ধ হৈছে ৪৩ গৰাকী সাক্ষীৰ বিবৃতি, ইয়াৰ ভিতৰত আছে পত্নী শিল্পা চেট্টীও...

মুম্বাই অপৰাধ শাখাই বুধবাৰে পৰ্ণগ্ৰাফী গোচৰত (Pornography Case) ১৫০০ পৃষ্ঠাৰ পৰিপূৰক অভিযোগপত্ৰ উপস্থাপন কৰে। সংবাদ সংস্থা ANIৰ মতে, বলীউডৰ বিখ্যাত অভিনেত্ৰী শিল্পা চেট্টী (Shilpa Shetty)ৰ স্বামী আৰু ব্যৱসায়ী ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰা হৈছে।