Home » photogallery » lifestyle »Please Help: পিঠিত পত্নীক তুলি লৈ সেমেকা চকুৰে বৃদ্ধজনে ক'লে, 'ভিক্ষাৰী নহী চাহাব মজদুৰ হু, চৰকাৰ কি মাৰ সে মজবুৰ হু'...

Please Help: পিঠিত পত্নীক তুলি লৈ সেমেকা চকুৰে বৃদ্ধজনে ক'লে, 'ভিক্ষাৰী নহী চাহাব মজদুৰ হু, চৰকাৰ কি মাৰ সে মজবুৰ হু'...

'भिखारी नहीं मजदूर हूं साहब, सरकार की मार से मजबूर हूं', ছত্তীশগড় (Chhattisgarh)ৰ দূৰ্গ জিলাৰ ৰাজপথত একেটা কথা পুনৰাবৃত্তি কৰি এজন ৭১ বছৰীয়া বৃদ্ধই তেওঁৰ পিঠিত পত্নীক লৈ চিকিৎসা কৰিবলৈ ধন সংগ্ৰহ কৰি আছে। প্ৰকৃততে শ্ৰমিক, কিন্তু অসহায়। কিয়নো টকা থকা স্বত্বেও, এই ব্যক্তিজনে ভিক্ষা কৰিবলৈ বাধ্য হৈছে।

শেহতীয়া বাতৰি