Home » photogallery » lifestyle »Medicine Prices Fixed: কমিব ঔষধ কিনাৰ খৰচ, ডায়েবেটিছ–প্ৰেছাৰসহ ৮৪ বিধ ঔষধৰ দাম বান্ধি দিলে কেন্দ্ৰই

Medicine Prices Fixed: কমিব ঔষধ কিনাৰ খৰচ, ডায়েবেটিছ–প্ৰেছাৰসহ ৮৪ বিধ ঔষধৰ দাম বান্ধি দিলে কেন্দ্ৰই

হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কমাবলৈ তেজত ট্ৰাইগ্লিচেৰাইডৰ মাত্ৰা নিয়ন্ত্ৰণকাৰী ঔষধৰ দামো বান্ধি দিয়া হৈছে।