মূল্যবৃদ্ধিয়ে হাৰাশাস্তি কৰা মধ্যবিত্তৰ কাৰণে ডাঙৰ যন্ত্ৰণা ৰন্ধন গেছৰ মূল্য। শাক–পাচলিৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ সামগ্ৰীৰ আকাশলংঘী মূল্য হোৱাৰ সময়তে ৰন্ধন গেছৰ দামেও অলপ জ্বলা–কলা খুওৱা নাই৷ এনে মূল্যবৃদ্ধিৰ বজাৰত সস্তাত গেছ পালে কোন আনন্দিত নহ’ব। অনলাইন গেছ বুকিঙৰ সময়ত বিশেষ পদ্ধতি অৱলম্বন কৰিলে গেছৰ মুঠ মূল্যৰ ওপৰত ৫০টকা ৰেহাই পোৱা যায়। সস্তাত কেনেকৈ বুকিং কৰিব সেয়া জানক।