Home » photogallery » lifestyle »চলিত বছৰত ছবিগৃহলৈ গৈ চিনেমা নাচায় অধিকাংশ অসমীয়াই, আনকি নাযায় ফুৰিবলৈও!

চলিত বছৰত ছবিগৃহলৈ গৈ চিনেমা নাচায় অধিকাংশ অসমীয়াই, আনকি নাযায় ফুৰিবলৈও!

লকডাউন শেষ হোৱাৰ পিছত আপুনি আগৰ জীৱনশৈলীলৈ ঘুৰি যাবনে? Network18ৰ সমীক্ষাত প্ৰকাশ পাইছে বিশেষ তথ্য। প্ৰায় ৫০ হাজাৰ লোকে অংশ লোৱা সমীক্ষাৰ ফলাফল।