এৱাৰ্ড পোৱাৰ পিছত আবেগিক হৈ পৰে নেহাৰ স্বামী। নেহাক মৰম ভৰা শুভেচ্ছা জনাই লিখিলে – “Yayyyyyyyy Congratulations to My Beautiful Queen!! Nothing is Impossible for You My Babuu..You are a SuperStar.. Touchwood!! Many More to Come. God Bless You." (ফটো : ইনষ্টাগ্ৰাম)