Home » photogallery » lifestyle »Neeraj Chopra Father: পুত্ৰই সোণৰ পদক জিকিলে, নীৰজৰ পিতৃয়ে নাজানেই জেভলিন কি বস্তু!

Neeraj Chopra Father: পুত্ৰই সোণৰ পদক জিকিলে, নীৰজৰ পিতৃয়ে নাজানেই জেভলিন কি বস্তু!

বিগত ১০ বছৰে এই প্ৰথম তেওঁ পুত্ৰৰ খেল লাইভ চালে। আৰু যিদিনা চালে সেইদি গঢ়িলে বিশ্ব অভিলেখ।