Home » photogallery » lifestyle »কইনাজনী Covid positive, উপায়ন্তৰ হৈ PPE kit পিন্ধি আহি বিয়া পাতিলে দৰাই...

কইনাজনী Covid positive, উপায়ন্তৰ হৈ PPE kit পিন্ধি আহি বিয়া পাতিলে দৰাই...

বিয়াৰ দুদিন পূৰ্বে কইনা ক'ৰোনাত আক্ৰান্ত হোৱাৰ পিছত পৰিয়ালবৰ্গ চিন্তিত হৈ পৰিছিল যদিও আলোচনাৰ অন্তত সম্পূৰ্ণ Covid protocol মানি চলি বিয়া অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।