কেৱল অসমতে নহয় আগন্তুক তিনিদিনলৈ আন বহু কেইখন ৰাজ্যত হব পাৰে বৰষুণ। এখন সৰ্বভাৰতীয় বাতৰি কাকতৰ সৈতে কথা পাতি স্কাইমেট বতৰ সেৱাৰ জিপি শৰ্মাই কৈছে যে, এই বছৰৰ আনুমানিক তাৰিখৰ আশে পাশে কেৰালাত বৰষুণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। তাৰ পিছত, বৰষুণৰ গতি আৰু কেইদিনমানৰ বাবে কম থকাৰ সম্ভাৱনা আছে।