Samudrika Shastraৰ মতে, ভাগ্য বা ভৱিষ্যত গঢ়ি তোলাৰ বাবে কিছুমান লক্ষণ জন্মগত ভাবেই থাকে। যাৰ এটা মাধ্যম হ’ল তিল। শৰীৰৰ বিভিন্ন অংশত থকা তিলৰ অৱস্থানে মানুহৰ ভৱিষ্যত সম্পৰ্কে শুভ-অশুভ ইংগিত দিয়ে বুলি বিশ্বাস কৰে একাংশ লোকে।
3/ 5
ঠুটৰিৰ ঠিক ওপৰ অংশত তিল থাকিল! এই স্থানত তিল থাকিলে বিশ্বাস কৰা হয় যে, পুৰষ-বা নাৰী ভৱিষ্যতে প্ৰচূৰ ধন-সম্পত্তিৰ অধিকাৰী হৈ উঠে। সেইদৰে এই স্থানত তিল থাকিলে মানুহ কিছু পৰিমাণে জেদি স্বভাৱৰ হয়। সেইদৰে নাকৰ সোঁফালে তিল থাকিলে মানুহ ধনী হোৱাৰ সম্ভাৱনা প্ৰৱল। ৩০ বছৰৰ পিছতে আৰম্ভ হয় সাফল্যৰ যাত্ৰা।
4/ 5
কোনো ব্যক্তিৰ হাতত তলুৱাত তিল থাকিলেও ধনী হোৱাৰ লক্ষণ। Samudrika Shastraৰ মতে, নাভিৰ আশেপাশে তিল থকাও অত্যন্ত শুভ লক্ষণ। বুকুত তিল থাকিলে নাৰী বা পুৰুষ সহজে ধনী হয়। লগতে অন্যন্ত শান্তিপ্ৰিয় জীৱন-যাপন কৰিব পাৰে।
5/ 5
বিশেষজ্ঞৰ মতে, বিবাহৰ পিছত বহুলোকক দেখা যায় প্ৰচূৰ সম্পত্তিৰ মালিক হোৱা। এইক্ষেত্ৰত কিছু পৰিমাণে ভাগ্যয়ো সহায় কৰে। যদি শৰীৰৰ কোনো অংশত গাঢ় ৰঙৰ সৰু তিল থাকে, তেন্তে বুজা যায় যে, সেই নাৰী বা পুৰুষৰ বিয়াৰ পিছৰে পৰা শুভ দিন আৰম্ভ হয়।