পৃথিৱীৰ সকলো লোকেই ধনী হ’বলৈ বিচাৰে। আৰ্থিক স্বচ্ছলতা আৰু বিলাসী জীৱন কটাবলৈ মানুহে অক্লান্ত পৰিশ্ৰম কৰে। মানুহৰ ভৱিষ্যত কিমান সুন্দৰ হ’ব, সেয়া নিৰ্ভৰ কৰে তেওঁলোকৰ কৰ্মৰ ওপৰত। তাৰ মাজতো একাংশই বিশ্বাস কৰে ভাগ্যক। বহুতে ক’ব খোজে যে, ভাগ্য আগতীয়াকৈয়ে নিৰ্ধাৰণ কৰা থাকে। ভাগ্য সলনি কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই।