এই আঁচনিৰ সকলোতকৈ ডাঙৰ বিশেষত্ব এটাই যে তিনিজন মিলি এই আঁচনিত বিনিয়োগ কৰিব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এয়াই যে এই একাউণ্টৰ পৰা যি টকা ৰোজগাৰ কৰা হ’ব সেয়া সকলো সদস্যই সমানে লাভ কৰে। একাউণ্টত কোনো পৰিৱৰ্তন কৰিলে সংযুক্ত এপ্লিকেশ্যন জমা দিব লাগিব। (প্ৰতীকী ফটো)