মোদী চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ! একেলগে অৱসৰপ্ৰাপ্ত কৰ্মীসকলৰ বাবেও আটাইতকৈ ডাঙৰ আহিব শীঘ্ৰে। কৰ্মচাৰীসকলৰ একাউণ্টত পুনৰ ফিটমেণ্ট ফেক্টৰ আহিব। (প্ৰতীকী ফটো) মোদী চৰকাৰৰ কৰ্মচাৰীসকলৰ ১৮ মাহৰ ডিএ এৰিয়াৰক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে। সূত্ৰৰ খবৰ অনুসৰি, কেবিনেট ছেক্ৰেটেৰীৰ সৈতে কথা–বাৰ্তাৰ সময়ো নিৰ্ধাৰণ কৰা হৈছে। (প্ৰতীকী ফটো) কেন্দ্ৰীয় কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছিল। এই দাবীক লৈ এইবাৰ আহিব পাৰে ভাল খবৰ। (প্ৰতীকী ফটো) যদিহে কেন্দ্ৰীয় কৰ্মচাৰীসকলে বকেয়া ডিএ লাভ কৰে তেন্তে মোটা অংকৰ ধন লাভ কৰিব। ক্ৰমাগতভাৱে সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে মোদী চৰকাৰৰ কৰ্মচাৰীসকলে ডিএ বৃদ্ধিৰ দাবী উত্থাপন কৰি আহিছে। (প্ৰতীকী ফটো) এতিয়া প্ৰশ্ন হ’ল কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে কিমান টকা পাব। (প্ৰতীকী ফটো) লেভেল ১ কৰ্মচাৰীসকলৰ DAৰ এৰিয়াৰ ১১,৮৮০ টকাৰ পৰা ৩৭,৫৫৪ টকাৰ ভিতৰত পাব পাৰে। (প্ৰতীকী ফটো) সকলো মিলাই ডিএ এৰিয়াৰ ১,৪০,২০০ টকাৰ পৰা ২,১৮,২০০ টকা দিয়া হ’ব। আচলতে কেৰোণা ভাইৰাছৰ সংক্ৰমণৰ পিছত চৰকাৰে ১ জুলাই ২০২০ৰ পৰা এককালীন ১১ শতাংশ পৰ্যন্ত ডিএ লাভ কৰিছে। (প্ৰতীকী ফটো) সেই সময়ত জানুৱাৰী ২০২০ৰ পৰা জুন ২০২১ পৰ্যন্ত মোদী চৰকাৰৰ কৰ্মচাৰীসকলে এৰিয়াৰ পাব, ইয়াকে লৈ চলিছে দাবী। কিন্তু সেই টকা এতিয়ালৈ কৰ্মচাৰীৰ হাতত পৰা নাই। (প্ৰতীকী ফটো) আনকি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। আশা কৰা হৈছে খুব সোনকালে ইয়াক লৈ সিদ্ধান্ত ল’ব চৰকাৰে। (প্ৰতীকী ফটো) বিগত জুলাই মাহত মোদী চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ ৪ শতাংশ হৈছে। ফলত ৩৪ৰ পৰা ৩৮ শতাংশ হৈছে কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ। (প্ৰতীকী ফটো)