৩৮ বছৰীয়া মিতালী ৰাজে নিজৰ কেৰিয়াৰত ১১খন টেষ্ট আৰু ২১৪ খন এদিনীয়াত অংশ লৈছে। টি-২০ মেচ খেলিছে ৮৯খন। মিতালীয়ে টেষ্টত এটা শতক আৰু ৪টা অৰ্ধশতকসহ মুঠ ৬৬৯ ৰাণ কৰিছে, এদিনীয়াত ৭টা শতক আৰু ৫৫টা অৰ্ধশতকসহ মুঠ ৭০৮৯ ৰাণ কৰিছে আৰু টি-২০ খেলত ১৭টা অৰ্ধশতকৰ সৈতে ২৩৬৪ ৰাণ কৰিছে।(Instagram)