Home » photogallery » lifestyle »Menstrual Hygiene : ঋতুস্ৰাৱ কোনো ৰোগ নহয়, কিন্তু ঋতুস্ৰাৱৰ সময়ত সংক্ৰমণৰ আশংকা অধিক, এতিয়াই সাৱধান হওক

Menstrual Hygiene : ঋতুস্ৰাৱ কোনো ৰোগ নহয়, কিন্তু ঋতুস্ৰাৱৰ সময়ত সংক্ৰমণৰ আশংকা অধিক, এতিয়াই সাৱধান হওক

Menstrual Hygiene : প্ৰথম ঋতুস্ৰাৱৰ আগত বেছিভাগ ছোৱালীয়েই এই বিষয়ে অজ্ঞাত হৈ থাকে। ফলত ঋতুস্ৰাৱ আৰম্ভ হ’লে তেওঁলোক বিভ্ৰান্ত হৈ পৰে । কৈশোৰ বয়সত উপনীত হোৱাৰ পিছত তেওঁলোকৰ এটা স্পষ্ট ধাৰণা তৈয়াৰ হোৱাতো দৰকাৰ।