আজিকালি চেক্সী শব্দ ব্যৱহাৰ কৰা এক ট্ৰেণ্ড হৈ পৰিল। বহুতে যুৱতীৰ পোছাককৈ বিভিন্ন ধৰণৰ মন্তব্য কৰাও দেখিবলৈ পোৱা যায়। পিছে পোছাকত নহয়, যুৱতীৰ এনেবোৰ অভ্যাসেহে অধিক আকৰ্ষিত কৰে পুৰুষসকলক! পুৰুষসকলে সাধাৰণতে ধেমেলীয়া কথা কৈ ভাল পায়। কিন্তু একাংশ যুৱতীয়ে কেতিয়াও ৰিয়েক্ট নকৰে। কিন্তু যিসকল যুৱতীয়ে তেনে ধেমেলীয়া কথা শুনি মন খুলি হাঁহে, সেইসকলৰ প্ৰতি সহজেই আকৰ্ষিত হৈ পৰে পুৰুষসকল। আজিকালি প্ৰায়সকল যুৱতীয়েই ৱৰ্কআউট কৰে। ৱৰ্কআউট কৰা যুৱতীৰ প্ৰতি সহজেই আকৰ্ষিত হৈ পৰে পুৰুষসকল। সৰু সৰু ল'ৰা-ছোৱালীৰ লগত সময় অহিবাহিত কৰি ভালপোৱা ছোৱালীয়ে অধিক আকৰ্ষিত কৰে পুৰুষসকলক। ট্যেটু কৰা যুৱতীৰ প্ৰতি আকৰ্ষিত হয় পুৰুষসকল।