Home » photogallery » lifestyle »The Biker Cop : সিংঘম বা দাবাঙৰ দৰেই দুৰ্দান্ত এইগৰাকী 'বাইকাৰ কপ'। চিনেমাত নহয় ৰিয়েল লাইফৰ লেডী সিংঘম!

The Biker Cop : সিংঘম বা দাবাঙৰ দৰেই দুৰ্দান্ত এইগৰাকী 'বাইকাৰ কপ'। চিনেমাত নহয় ৰিয়েল লাইফৰ লেডী সিংঘম!

আমাৰ কাষতে এনে এগৰাকী আৰক্ষী বিষয়া আছে যি সিংঘম বা দাবাঙতকৈ কোনো গুণে কম নহয়। কেৱল ডিউটীয়েই নহয় তেওঁ নিজৰ ব্যতিক্ৰমী লাইফষ্টাইলৰ বাবেও থাকে চৰ্চাৰ শীৰ্ষত। তেওঁ আন কোনো নহয়, তেওঁ হৈছে নাগালেণ্ডৰ 'দ্য বাইকাৰ কপ' (The Biker Cop)  নাৰোলা জাতি।