ৰিঝলা ৰেহান এগৰাকী পাকিস্তানী নাগৰিক যি বাতৰিৰ শিৰোনাম দখল কৰিছিল ২০১৯ৰ ক্ৰিকেট বিশ্বকাপৰ সময়ত। (Instagram) ৰিঝলা ৰেহান ইণ্টাৰনেট ছেনছেচন হৈ পৰিছিল যেতিয়া তাই কৈছিল, "মুঝে বিৰাট দে দো, প্লীজ মুঝে বিৰাট দে দো।" (Instagram) ৰিঝলা ৰেহান ক্ৰিকেটৰ প্ৰচণ্ড অনুৰাগী আৰু প্ৰথম কেমেৰাত ধৰা পৰিছিল ২০১৮ চনৰ এছিয়া কাপৰ সময়ত। (instagram) ভাৰতৰ ছেমি ফাইনেলৰ দিনা এইগৰাকী পাকিস্তানী ক্ৰিকেট ফেন ৰিঝলা ৰেহান মানচেষ্টাৰত উপস্থিত হৈছিলগৈ আৰু সকলোকে হতভম্ব কৰি তুলিছিল। (Instagram) পাছত এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে পাকিস্তান দলে অন্তিম চাৰিত প্ৰবেশ কৰিব বুলি আশা কৰি তেওঁ ছেমি ফাইনেলৰ টিকট আগতীয়কৈ সংগ্ৰহ কৰিছিল।(Instagram) ৰিঝলা ৰেহান/ Instagram ৰিঝলা ৰেহান/ Instagram ৰিঝলা ৰেহান/ Instagram ৰিঝলা ৰেহান / Instagram