মায়ান্তি লাংগাৰ অনুপস্থিত। ব্যক্তিগত কাৰণত চলিত আইপিএলৰ সঞ্চালিকাৰ দায়িত্বৰ পৰা আঁতৰি আছে মায়ন্তি। গতিকে তানিয়া পুৰোহিতে এইবাৰ চম্ভালিছে এই দায়িত্ব। জমাইছে আইপিএলৰ মেচৰ পৰৱৰ্তী টক শ্ব। তানিয়াৰ সৌন্দৰ্য আৰু ক্ৰিকেটৰ জ্ঞান দেখি মুগ্ধ হৈ পৰিছে ক্ৰিকেট অনুৰাগী।