Home » photogallery » lifestyle »ফ্লেটত ওলমি থকা মৃতদেহ উদ্ধাৰ! এইবাৰ জীৱন ত্যাগ কৰিলে জনপ্ৰিয় মাৰাঠী অভিনেতাই

ফ্লেটত ওলমি থকা মৃতদেহ উদ্ধাৰ! এইবাৰ জীৱন ত্যাগ কৰিলে জনপ্ৰিয় মাৰাঠী অভিনেতাই

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাযত শোকস্তব্ধ সমগ্ৰ দেশ ৷ অভিনেতাৰ মৃত্যুৰ কাৰণৰ অনুসন্ধান কৰিছে আৰক্ষীয়ে ৷ তাৰ মাজতে আৰু এটা বেয়া খবৰ ৷ এইবাৰ আত্মহত্যা কৰিলে মাৰাঠী অভিনেতা আশুতোষ ভাকৰেই ৷

শেহতীয়া বাতৰি