বলিউডৰ ৰোমাণ্টিক অন্তৰংগ দৃশ্য বা ধর্ষণৰ দৃশ্য শ্বুটিঙৰ সময়ত বহু সময়ত নায়িকাসকলে অভিনেতাৰ অভব্য আচৰণৰ সন্মুখীন হ’বলগীয়া হৈছে। বহু সময়ত আনকি এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে নায়িকাই লজ্জাজনক পৰিস্থিতিতো পৰিবলগীয়া হৈছে। পৰৱৰ্তী সময়ত এনে বহু অভিনেতাৰ সৈতে নায়িকাই কমা নকৰাৰ সিদ্ধান্তও লৈছে। পেছাদাৰী মনোভাৱ ত্যাগ কৰি ব্যক্তিগত আৱেগত উটি যোৱা এনে অভিনেতাৰ কাৰণে শ্বুটিং স্পটত বাঢ়িছে অশান্তি। বলিউডৰ এনে কিছু ঘটনা তুলি ধৰা হ’ল।