Home » photogallery » lifestyle »Mahalaya 2021|| আজি মহালয়া ! গংগাৰ ঘাটে ঘাটে চলিছে তৰ্পন, চাওক দৃশ্য...

Mahalaya 2021|| আজি মহালয়া ! গংগাৰ ঘাটে ঘাটে চলিছে তৰ্পন, চাওক দৃশ্য...

Mahalaya 2021: আজি মহালয়া (Mahalaya 2021)। পিতৃপক্ষৰ অৱসানত দেৱীপক্ষৰ সূচনা।  দেওবাৰে পঞ্চমী। অৱশ্যে, আজি মহালয়াত আবেলিৰ পৰা চহৰখনৰ বহুতো পূজা (Durga Puja 2021) পেণ্ডেল মুকলি কৰা হ'ব।