உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »LPG Price Hike: Cylinderৰ আকৌ দাম বাঢ়িল ! আজিৰে পৰা প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত ২৫টকাকৈ মূল্য বৃদ্ধি...

    LPG Price Hike: Cylinderৰ আকৌ দাম বাঢ়িল ! আজিৰে পৰা প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত ২৫টকাকৈ মূল্য বৃদ্ধি...

    LPG Price Hike: সাধাৰণ মানুহে মাহৰ প্ৰথম দিনটোত অৰ্থাৎ ১ ছেপ্টেম্বৰ (1st September) এক ডাঙৰ খবৰৰ সন্মুখীন হৈছে। ৰাজ্যিক মালিকানাধীন তেল কোম্পানীবোৰে আকৌ এবাৰ ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ (LPG Gas Cylinder) মূল্য ২৫ টকা বৃদ্ধি কৰিছে।