ৰন্ধন গেছ বুক কৰিবলৈ সমস্যা হৈছে নেকি? ৩০ জুন ২০২১লৈ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুক কৰক একেবাৰে সস্তাত! (প্ৰতীকী ফটো)
2/ 7
এই মাহৰ অন্তিমটো দিনলৈ লাভ কৰিব এই সুযোগ। Paytm গ্ৰাহকসকলৰ বাবে এই অফাৰ। ৩০ জুনৰ ভিতৰত ৰন্ধন গেছৰ চিলিণ্ডাৰ বুক কৰিলে লাভ কৰিব আকৰ্ষণীয় অফাৰ। (প্ৰতীকী ফটো)
3/ 7
Paytmৰ ফালৰ পৰা এক খবৰত জানিব পৰা গৈছে যে ভাৰত গেছ, এইচপি আৰু ইণ্ডেন গেছৰ গ্ৰাহকসকলে এই সুবিধা পাব। (প্ৰতীকী ফটো)