Home » photogallery » lifestyle »Lovlina Borgohain : অৱশেষত নিজৰ বাবে কিছু একান্ত সময় পালে লাভলীনাই, পৰিয়ালৰ সৈতে কটালে অমূল্য মুহূৰ্ত

Lovlina Borgohain : অৱশেষত নিজৰ বাবে কিছু একান্ত সময় পালে লাভলীনাই, পৰিয়ালৰ সৈতে কটালে অমূল্য মুহূৰ্ত

টকিঅ' অলিম্পিকত (Tokyo Olympic 2020) ব্ৰঞ্জৰ পদক জয় কৰি ভাৰত তথা অসমক ধন্য কৰা লাভলীনা বৰগোহাঁই (Lovlina Borgohain)য়ে পৰিয়ালৰ সৈতে কটাইছে আপোন সময়। অসমবাসীৰ মৰম-আবদাৰৰ পিছত নিজৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ সৈতে সময় কটাইছে বজ্ৰকন্যাই।