অলিম্পিকৰ পদক জয় কৰি সমগ্ৰ দেশৰ নয়নৰ মণি হৈ পৰা লাভলীনা বৰগোহাঁই (Lovlina Borgohain)য়ে অৱশেষত নিজৰ বাবেও পালে কিছু অমূল্য সময়। টকিঅ'ৰ পৰা অসমলৈ অহাৰ পিছৰে পৰা নানানটা কাৰ্যসূচীত ব্যস্ত হৈ পৰিছিল লাভলীনা। গুৱাহাটীলৈ আহিও প্ৰথমবাৰ নিজৰ ঘৰখনলৈ যাবলৈ সময় পোৱা নাছিল লাভলীনাই। অৱশেষত পিত-ৃমাতৃৰ সৈতে এখন আপুৰুগীয়া ফটো উঠি থ'লে অসম গৌৰৱ লাভলনাই। (image: Lovlina Borgohain/FB)