உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »Love Affair: অশান্তিৰ জুইত জ্বলি সকলো শেষ হৈ যাব! ভুলতো প্ৰেমিকাক এনে ধৰণৰ প্ৰশ্ন নকিৰব

    Love Affair: অশান্তিৰ জুইত জ্বলি সকলো শেষ হৈ যাব! ভুলতো প্ৰেমিকাক এনে ধৰণৰ প্ৰশ্ন নকিৰব

    Love Affair: বহু সময়ত নতুন সম্পৰ্ক এটাত, কিছুমান প্ৰেমিকে প্ৰেয়সীৰ পূৰ্বৰ প্ৰেমৰ বিষয়ে জানিবলৈ তৎপৰ হৈ থাকে অথবা যিকোনো সময়তে প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি থাকে, যাৰ ফলত নতুনকৈ গঢ়ি উঠা একোটা সম্পৰ্ক খুব কম সময়ৰ ভিতৰতে ব্ৰেকআপ হোৱা দেখা যায়।