Home » photogallery » lifestyle »LIC Saral Pension Yojana: LICৰ ধামাকা পলিচী! মাত্ৰ এবাৰ দিয়ক প্ৰিমিয়াম আৰু গোটেই জীৱন পেন্সন লওক

LIC Saral Pension Yojana: LICৰ ধামাকা পলিচী! মাত্ৰ এবাৰ দিয়ক প্ৰিমিয়াম আৰু গোটেই জীৱন পেন্সন লওক

LIC Saral Pension Yojana|Business|Life Insurance Coropration of India|LIC India: সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, এই আঁচনিত স্বামী-স্ত্ৰী একেলগে উপকৃত হ'ব। স্বামী বা পত্নী যিয়েই দীৰ্ঘ সময় পৰ্যন্ত জীৱিত থাকিব তেওঁ পেন্সনৰ সুবিধা লাভ কৰিব।