Home » photogallery » lifestyle »Private Employee salary : ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ মুখলৈ হাঁহি! দুৰ্গা পূজাৰ পূৰ্বেই Basic Salary ২১,০০০লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা!

Private Employee salary : ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ মুখলৈ হাঁহি! দুৰ্গা পূজাৰ পূৰ্বেই Basic Salary ২১,০০০লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা!

 লেবাৰ কোডৰ নিয়ম অনুসৰি, ১ অক্টোবৰৰ পৰা কৰ্মচাৰীৰ বেচিক চেলাৰী ১৫ হাজাৰৰ পৰা বাঢ়ি ২১,০০০ হোৱাৰ সম্ভাৱনা আছে।