চাওক আপোনাৰ প্ৰিয় দলে কেতিয়া আৰম্ভ কৰিব নিজৰ অভিযান?
6/ 6
এইবাৰ আই পি এল অনুষ্ঠিত হ’ব সংযুক্ত আৰবত। খেলুৱৈ সকল উপস্থিত হোৱাৰ পিছতে প্ৰথমে কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছিল। কিন্তু চেন্নাই চুপাৰ কিংছৰ বহু কেইগৰাকী খেলুৱৈৰ দেহত ধৰা পৰিছিল কোৰোণাৰ অৱস্থিতি।