একাধিক ৰোগৰ পৰা ৰক্ষা কৰে ড্ৰাই ফ্ৰুটছেঃ
ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টচ ভৰপুৰ থাকে ড্ৰাই ফ্ৰুটছত। ড্ৰাই ফ্ৰুটছ প্ৰতিদিনে খাদ্যৰ তালিকাত থাকিলে ডায়েবেটিছ, অ’বেচিটীৰ দৰে ৰোগ নিয়ন্ত্ৰণত থাকে। ড্ৰাই ফ্ৰুটছে কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগো প্ৰতিৰোধ কৰে। সেইদৰে হাৰ্ট ডিজিজ, ব্ৰেইনৰ বিভিন্ন ৰোগৰ পৰা দূৰত ৰাখে। কোষ্টকাঠিন্যৰ সমস্যাৰ পৰাও হাত সাৰিব পাৰি।