Home » photogallery » lifestyle »TikTok Star Khabi Lame: কথা নোকোৱাকৈয়ে ভিডিঅ’ কৰি হিট! ২২ বছৰত ২০ কোটি ফলোৱাৰ এইজন টিকটক ষ্টাৰৰ

TikTok Star Khabi Lame: কথা নোকোৱাকৈয়ে ভিডিঅ’ কৰি হিট! ২২ বছৰত ২০ কোটি ফলোৱাৰ এইজন টিকটক ষ্টাৰৰ

মানুহক হঁহুৱালেও তেওঁৰ ব্যক্তিগত জীৱন কিন্তু সমস্যাৰে ভৰপূৰ। সৰুৰে পৰা ডিছলেক্সিয়া ৰোগত আক্ৰান্ত খাবি।