ডাইমণ্ড ইজ ফৰেভাৰ মাৰ্টিনী– নামৰ এই পেগটো তৈয়াৰ কৰা হয় ভদকাৰে। যদি কোনোবাই বিচাৰে তেন্তে এই ককটেলটোৰ বাবে ৭২ ঘণ্টা আগেয়ে জনাব লাগে। এই ককটেল গ্লাছত এটা হীৰাৰ আঙঠি থাকে। এই ককটেলটো যিয়ে খাব, আঙঠিটো তেওঁৰ। এগিলাচৰ মূল্য ৭ লাখ টকা। (photo source collected)