Home » photogallery » lifestyle »Kitchen Hacks: বেলুনৰ দৰে ফুলি উঠিব ৰুটি ! আটা বা ময়দা ভালদৰে মিহলি কৰিবলৈ এই পৰামৰ্শবোৰ অনুসৰণ কৰক ...

Kitchen Hacks: বেলুনৰ দৰে ফুলি উঠিব ৰুটি ! আটা বা ময়দা ভালদৰে মিহলি কৰিবলৈ এই পৰামৰ্শবোৰ অনুসৰণ কৰক ...

Kitchen Hacks: যেতিয়া আটা-ময়দা ভালদৰে মিহলি কৰা হয়, প্ৰতিটো ৰুটি বেলুনৰ দৰে ফুলি উহে। সেইকাৰণে ইয়াৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো অতি গুৰুত্বপূৰ্ণ। এই প্ৰতিবেদনত কিছুমান পৰামৰ্শ দিয়া হৈছে যিবোৰ আপোনাৰ বাবে ৰুটি বনাবলৈ অতি উপযোগী হ'ব পাৰে।

শেহতীয়া বাতৰি