உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »Kareena Kapoor Khan: কণমানি ভায়েকক মৰমত প্ৰথম উপহাৰ তাইমুৰৰ, ৪ জনীয়া পৰিয়ালৰ প্রথম ‘ফ্ৰেম’ পোষ্ট কৰি কৰীণাই লিখিলে...

    Kareena Kapoor Khan: কণমানি ভায়েকক মৰমত প্ৰথম উপহাৰ তাইমুৰৰ, ৪ জনীয়া পৰিয়ালৰ প্রথম ‘ফ্ৰেম’ পোষ্ট কৰি কৰীণাই লিখিলে...

    যোৱা ২১ ফেব্রুৱাৰীত দ্বিতীয়বাৰৰ কাৰণে মাতৃ হয় কৰীণা কাপুৰ খান। চতুৰ্থবাৰৰ কাৰণে পিতৃ হয় নবাব ছেইফ আলী খান। মিডিয়াৰ নয়ণৰ মনি তাইমুৰ ডাঙৰ ককায়েক হয়। ইয়াৰ মাজতে প্ৰথমবাৰলৈ চাৰিজনীয়া পৰিয়ালৰ ছবি শ্বেয়াৰ কৰে কৰীণাই।