জব উই মেটৰ পৰা তাশানলৈকে - একেই সৌন্দৰ্য! অভিনেত্ৰী কৰিণা কাপুৰে কিদৰে মেইনটেইন কৰে নিজৰ শৰীৰ? সকলো খুলি ক'লে অভিনেত্ৰীগৰাকীয়ে... কৰিণাই সম্প্ৰতি এই যোগাভ্যাসৰ ফটো শ্বেয়াৰ কৰিছে। গান শুনি শুনি যোগাভ্যাস। ষ্ট্ৰেচিং কৰাৰ সময়ত দিয়া পজ। কৰিণা কাপুৰ। যোগৰ পজত এটা ভৰিৰ ওপৰতে বেলেঞ্চ। পিঠিৰ মাচলৰ বাবে যোগাভ্যাস। ঘৰৰ চাদত যোগৰ সময়ত। বেলেঞ্চিং স্কীল।