এই প্লেনত গ্ৰাহকে আনলিমিটেড কলৰ সুবিধা লাভ কৰিব। গুৰুত্বপূৰ্ণ কথাটো হৈছে এই কম দামৰ প্লেনৰ সৈতে কোম্পানীয়ে Jioৰ সকলো এপেৰ বিনামূলীয়া এক্সেছ প্ৰদান কৰে।
4/ 5
এই কম দামৰ অফাৰৰ তালিকাত ৯১ টকাৰো এটা প্লেন আছে। এই ৯১ টকাৰ ব্লেনত গ্ৰাহকে মুঠ ৩ জিবি ডাটা পাব। ভেলিডিটি ২৮ দিনৰ। এই প্লেনৰ সুবিধা JioPhone থকাসকলেহে লাভ কৰিব।
5/ 5
এই প্লেনবোৰৰ বাকী সুবিধা সম্পৰ্কে জানিলেও আচৰিত হ’ব। Jio গ্ৰাহকসকলে বিনামূলীয়াকৈ জিঅ’ এপবোৰৰ এক্সেছ পাব। জিঅ’ৰ মিউজিক এপ, চিনেমা আৰু আন বহু এপ আছে, যাৰ ভিতৰত আছে Jio Cinema, JioSaavn।