Home » photogallery » lifestyle »১০০টকাতকৈও কমত Jio আৰু Airtelৰ এইসমূহ দমদাৰ প্লেন, লাভ কৰিব ফ্ৰী কলিং

১০০টকাতকৈও কমত Jio আৰু Airtelৰ এইসমূহ দমদাৰ প্লেন, লাভ কৰিব ফ্ৰী কলিং

Jio Airtel: এয়াৰটেল, জিঅ' আৰু ভোডাফোন-আইডিয়াই গ্ৰাহকসকলৰ বাবে একাধিক  প্লেন আগবঢ়ায়। যদি আপুনি এনে এক  প্লেন বিচাৰি আছে য'ত কম ডাটা আছে তেন্তে আপুনি এই প্ৰতিবেদন ভালদৰে পঢ়ক।